এটা ঠুমৰী শুনাৰ পিছত
তুমি গোৱা গান তুমিয়েই। তোমাৰ গানৰ স্বৰ তুমি হোৱা আৰু তোমাৰ গান হয় তুমি। মই পুলকিত হওঁ আৰু বন্দী হওঁ তোমাৰ দ্বাৰা নে তোমাৰ গানৰ দ্বাৰা? গানটো তোমাৰ ভিতৰত আৰু তুমিয়েই গানটো। এইষাৰ বুজোঁতে মোৰ লাগিল ইমান সময়।
হৰেকৃষ্ণ ডেকা অসমৰ এগৰাকী আগশাৰীৰ কবি, গল্পকাৰ আৰু সমালোচক।
ডেকা ছাৰৰ কবিতা মোৰ বাবে নিচা।
প্ৰিয় কবিৰ প্ৰিয় কবিতা
মোৰ প্ৰিয় কবি।
হৰেকৃষ্ণচাৰৰ কবিতা মোৰ বৰ প্ৰিয় । বৰ ভাল লাগিল ।