অড্ৰি লৰ্ডৰ কবিতা

অনুবাদ: শোণিত বৰঠাকুৰ

Issue: Vol. IV, No. 1, May-July, 2025

অড্ৰি লৰ্ড (Audre Lorde—জ. ১৮ ফেব্ৰুৱাৰী, ১৯৩৪-মৃ. ১৭ নৱেম্বৰ, ১৯৯২) এগৰাকী আমেৰিকান কবি, লেখক, নাগৰিক অধিকাৰ কৰ্মী আৰু আন্তঃছেদিক নাৰীবাদী, যি নিজকে “কৃষ্ণাংগ, সমকামী, নাৰীবাদী, সমাজবাদী, মাতৃ, যোদ্ধা, কবি” বুলি পৰিচয় দিবলৈ পছন্দ কৰে। নাগৰিক আৰু সামাজিক জীৱনৰ বিভিন্ন বিসংগতি আৰু অন্যায়ৰ বিৰুদ্ধে তেওঁৰ কবিতা সোচ্চাৰ। নিউ য়ৰ্ক চিটীত বাস কৰা এটা কেৰেবিয়ান অভিবাসী পৰিয়ালত জন্ম লাভ কৰা লৰ্ডৰ কবিতা আৱেগিক প্ৰকাশভংগীৰ বাবে বিখ্যাত।