প্ৰতিভা

দুৰ্গেশ্বৰ শৰ্মা

যদিও ওপজে জোন পূবালি দেশত,
সকলোৰে মন মোহে ধন আদৰৰ;
দেশে দেশে গায় গীত কুলি-কেতেকীয়ে,
দেশ নাই প্ৰতিভাৰ, তুমি জগতৰ।

দুৰ্গেশ্বৰ শৰ্মা (জ. ১৮৮২-মৃ. ১৯৬১) অসমৰ এগৰাকী প্ৰখ্যাত কবি আৰু নাট্যকাৰ।

Click here to read an English translation.

Leave a Reply

Your email address will not be published. Required fields are marked *