জয়ন্ত মহাপাত্ৰৰ কবিতা

অনু : প্ৰকল্প ৰঞ্জন ভাগৱতী

মূল কবিতা: ‘A Missing Person’
উৎস: Ten Twentieth Century Indian Poets

জয়ন্ত মহাপাত্ৰ (জ. ১৯২৮-মৃ.২০২৩) ইংৰাজী ভাষাৰ এগৰাকী ভাৰতীয় কবি। ইংৰাজী ভাষাত সাহিত্য অকাদেমি বঁটা লাভ কৰা তেৱেঁই প্ৰথমগৰাকী ভাৰতীয় কবি।