ভঙা টোপনিৰ স্বৰ দুপৰীয়া নে দুপৰ ৰাতি নৈখনৰ সিপাৰত কোনে যেন কাক চিঞৰিলে ন-ৰে-শ্ব-ৰ। কত কেতিয়া যে হঠাতেই বাজে ভঙা টোপনিৰ স্বৰ!