বিনোদ চন্দ্ৰ বড়া
ছৈ দিয়া নাওখনত বৈ আহিল এখন নৈ ছৈৰ কোঁচত নাও, নাৱৰ বুকুত নৈ নাৱৰ টিঙত এঠেং বগলী গধূলি আছিল বগলী পিঠিতে ৰৈ ৰৈ ৰৈ ৰতি মইনামতী চেৰেংকৈ মনত পৰিলে অ’ মইনা কিনো শানে দিয়া চকু সাধি মই নাহিলোঁ তোকে ঐ কপালত বিৰিয়াই শালিলে বুকু ছৈৰ তলতে কুচিমুচি হৈ ৰৈ আছে বৈ নৈ
Val lagil porhi kobitatu.
কেইবাবাৰো পঢ়িব লগা হ’ল ৷