শ্ৰীশ্ৰীশংকৰদেৱ বিৰচিত
ৰাগ—গৌড়ী
ধ্ৰুং— সোই সোই ঠাকুৰ মোই হৰি পৰকাশা।
নাম ধৰত ৰূপ স্মৰত তাকেৰি হামুদাসা।।
পদ— পণ্ডিতে পঢ়ে শাস্তৰ মাত্ৰ সাৰ ভকতে লীয়ৈ।
অন্তৰ জল ছুটয় কমল মধু মধুকৰ পীয়ৈ।।
যাহে ভকতি তাহে মুকুতি ভকতে এ তত্ত্ব জানা।
যৈছে বণিক চিন্তামণিক জানি গুণ বখানা।।
কৃষ্ণকিংকৰ শংকৰ কহ ভজ গোৱিন্দক পাৱে।
সোহি পণ্ডিত সোহি মণ্ডিত যো হৰিগুণ গাৱে।।