আনন্দচন্দ্ৰ বৰুৱা
ওঁঠৰ তলতে থাকি চাই থাক অতিকে গোপনে, ক’লা এটি তিল দেখি নাচি উঠ, হাঁহি উঠে মনে৷ ইমান লুভীয়া কিয়? নোৱাৰোঁ বুজাব তোক, নুবুজোঁ ময়োযে, চুমা, দিবনে সুন্দৰে মোক?