ভয় যতীন্দ্ৰ কুমাৰ বৰগোহাঞি সুদীৰ্ঘ ৰাতিৰ অন্তত ভয়ংকৰ দিন। সূৰ্য আহিছে নামি। পোহৰত সন্ত্ৰাস। ফেঁহুজালিৰ অবিস্মৃত স্বপ্নৰ বুকুত ভয়ৰ ডেউকা। Click here for an English translation of the poem.