মহাত্মা

ৰত্নকান্ত বৰকাকতী

জীৱন্ত কবিতা তুমি আপুনি মহাত্মা!
কবিতা কি? সি যে ক্ষীণ ধ্বনি হৃদয়ৰ,
মহাত্মা বিচাৰি ঘূৰি ফুৰে ত্ৰিভুৱন
মৰ্ত্য পিপাসাৰে, আকুল ব্যাকুল হই
কবিৰ প্ৰাণত!

Click here to read an English translation of the poem

ৰত্নাকান্ত বৰকাকতী (১৮৯৭-১৯৬৩) অসমৰ এগৰাকী বিখ্যাত কবি।

Leave a Reply

Your email address will not be published. Required fields are marked *