গীত আৰু ছবি

দুৰ্গেশ্বৰ শৰ্মা

সদায় চকুৰে দেখা গছ পাতটিও
ছবিটিত ভাল হৈ পৰে;
সদায় কাণেৰে শুনা সৰু কথাটিও
গীত হ’লে প্ৰাণ টানি ধৰে।

(শতপত্ৰ, যজ্ঞেশ্বৰ শৰ্মা সংকলিত, পৃ.৩)

Click here to read an English translation of the poem.

Leave a Reply

Your email address will not be published. Required fields are marked *