নলিনীধৰ ভট্টাচাৰ্য
পলসত পৰা হৰিণাৰ দৰে নিৰুপায় ভোকে পিয়াহে জৰ্জৰিত সি এতিয়া এটা খঙাল ল’ৰা সি ৰৈ আছে বৰদৈচিলাৰ বাবে অৰণ্যৰ প্ৰতিজোপা গছে এতিয়া একেলগে মিলি মুক্তিৰ কীচক বেণু বজায়