জুইৰ প্ৰহৰত

নিৰ্মলপ্ৰভা বৰদলৈ

আইয়ে কৈছিল
“জুই লৈ নেখেলিবা”

জুইয়ে যদি
মোক লৈ খেলে
মই কি কৰিম
আই?

Click here to read an English translation of the poem.

Leave a Reply

Your email address will not be published. Required fields are marked *