Submission Guidelines

English

  • Poetry without fear is a bilingual platform for poetry in general and Assamese poetry in particular. We are committed to poetry without fear and open to unsolicited submissions. One of our objectives is to take Assamese poetry in translation to readers in our country and abroad.
  • Submissions are open year-round.
  • All submissions for Assamese section are free. A poet can submit 5 poems at a time.
  • We charge a minimum fee for submissions for English translations.
  • We also charge a minimum fee for reviewing a book. An author has to submit two copies of each book sent for review.
  • We accept only unpublished works.
  • All submissions are accepted only through email. To retain punctuation and layout writers are requested to submit their work as an attachment in MS Word file format. Kindly include mailing address, phone number, email id with a short bio with each submission.
  • By submitting your work to the PWF, you grant us the right to publish and archive your work online for an indefinite period of time.
  • We will intimate authors about material accepted for publication. However, this may take two to four weeks. No correspondence on submitted material will be entertained.
  • Our Email ID: poetrywithoutfear@gmail.com

Assamese

  • Poetry without Fear হ’ল কবিতা আৰু অসমীয়া কবিতাৰ এখন মঞ্চ। অসমীয়া আৰু ইংৰাজী দুটা ভাষাত কবিতা আৰু কবিতা বিষয়ক গদ্য ইয়াত প্ৰকাশ পাাব। ইংৰাজী শাখাৰ জৰিয়তে অসমীয়া কবিতাক দেশ-বিদেশৰ পাঠকৰ ওচৰলৈ নিয়াৰ চেষ্টা কৰা হ’ব।
  • বছৰৰ সকলো সময়তে লেখা জমা লোৱা হ’ব।
  • অসমীয়া শাখাৰ বাবে কবিতা বিনামূলীয়াকৈ জমা দিব পাৰিব। এজন কবিয়ে এবাৰত সৰ্বাধিক পাঁচটা কবিতা জমা দিব পাৰিব।
  • ইংৰাজী শাখাত ঘাইকৈ অসমীয়া কবিতাৰ ইংৰাজী অনুবাদ প্ৰকাশত গুৰুত্ব দিয়া হ’ব। অনুবাদসমূহ সম্পাদনা বিভাগৰ উদ্যোগত দক্ষ অনুবাদকৰ দ্বাৰা কৰোৱা হ’ব। এজন কবিৰ এবাৰত দুটাকৈ কবিতাৰ অনুবাদ প্ৰকাশ পাব। অনুবাদৰ বাবে সৰ্বাধিক পাঁচটা কবিতা পঠাব পাৰিব। অনুবাদৰ বাবে কবিয়ে ন্যূনতম মাচুল জমা দিব লাগিব।
  • অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে কবিতা-সংকলন আৰু কবিতা বিষয়ক শেহতীয়া গ্ৰন্থৰ আলোচনা প্ৰকাশ কৰা হ’ব। আলোচনাৰ বাবে ন্যূনতম মাচুল আৰু গ্ৰন্থৰ দুটাকৈ কপি জমা দিব লাগিব।
  • অপ্ৰকাশিত লেখাহে গ্ৰহণ কৰা হ’ব।
  • লেখাসমূহ ইমেইল যোগে প্ৰেৰণ কৰিব লাগিব।
  • প্ৰতিটো লেখাৰ প্ৰাপ্তি স্বীকাৰ কৰা হ’ব আৰু প্ৰকাশ পাব নে নাপায় তিনি-চাৰি সপ্তাহৰ ভিতৰত লেখকসকলক জনাই দিয়া হ’ব।
  • আমাৰ ইমেইল আইডি : poetrywithoutfear@gmail.com