ছীমাছ হিনীৰ কবিতা

মূল ইংৰাজী কবিতা: ‘Scaffolding’

অনু : ড চুলতান আলী আহমেদ

ছীমাছ হিনী (১৯৩৯-২੦১৩) এগৰাকী আইৰিশ্ব কবি, নাট্যকাৰ আৰু অনুবাদক৷ ডব্লিও. বি. ইয়েটছৰ পিছত তেওঁকেই আটাইতকৈ গুৰুত্বপূৰ্ণ আইৰিশ্ব কবি বুলি গণ্য কৰা হয়৷ ১৯৯৫ চনত তেওঁ সাহিত্যত নোবেল বঁটা লাভ কৰিছিল৷

চুলতান আলী আহমেদ এগৰাকী লেখক, সমালোচক, অনুবাদক আৰু হাউলিৰ বি. এইচ্ছ. কলেজৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক৷