জানো যে এদিন জানো যে এদিন সন্ধ্যা নামিব আমাৰ জীৱনৰ যিদৰে শস্যৰ শীহবোৰ বাঢ়ে আৰু সৰি পৰে অচিন পথাৰত আমি গম নোপোৱাকৈয়ে। ৰাতিৰ তৰাবোৰ ঢাকিছে ডাৱৰে দূৰৰ পাহাৰ পোহৰাইছে বিজুলীয়ে জানো যে এদিন থাকি যাব এইবোৰ আমাৰেই প্ৰতিবিম্ব।