ভবেন বৰুৱাৰ কবিতা

ভঙা টোপনিৰ স্বৰ


দুপৰীয়া নে দুপৰ ৰাতি
নৈখনৰ সিপাৰত
কোনে যেন কাক চিঞৰিলে
ন-ৰে-শ্ব-ৰ।

কত কেতিয়া যে হঠাতেই বাজে
ভঙা টোপনিৰ স্বৰ!

Click here for an English translation of the poem.