নিকুঞ্জলতা সপোন মগন নিকুঞ্জলতা সপোন মগন বাঁহীৰ অমিয়া পি, বসন্তই বঢ়ালে সপোনৰ ৰাগী মূৰত হাত বুলাই দি৷ মলয়া বতাহে লতাটি জগালে মেলিলে ফুলৰে চকু, জোনায়ে ঢালিলে সুধাৰ নিজৰা ওপচি পৰিল বুকু৷
![](https://poetrywithoutfear.com/wp-content/uploads/2023/11/pwf-lakshminath-bezbaroa-kabita-nov-23-604x270.jpg)