নিৰ্মলপ্ৰভা বৰদলৈ
এইটো প্ৰহৰতে অৰণ্যখনে ভৰ কৰেহি মোৰ গাত এইটো প্ৰহৰতে মোৰ শৰীৰ আয়নাৰ দৰে জিলিকি উঠে স্থলপদ্মৰ দৰে ৰূপ সলাইছে বতৰে বাঁহীৰ মাতবোৰ সেউজীয়া হৈছে শিমলু ফাটিবলৈ ধুমুহা নেলাগে।

সুন্দৰ সহজ সৰল অৰ্থব্য়ঞ্জক কবিতা।
বৰ ভাল কবিতা