জীৱন গোস্বামীৰ কবিতা

জীৱন গোস্বামী গুৱাহাটী নিবাসী এগৰাকী অনুবাদক। জন ষ্টেইনবেকৰ ইষ্ট অৱ ইডেন নামৰ উপন্যাসৰ অসমীয়া অনুবাদৰ বাবে তেওঁ ২০১৭ চনত অমূল্য কুমাৰ চক্ৰৱৰ্তী বঁটা লাভ কৰে। তেওঁৰ শেহতীয়া গ্ৰন্থখন হল সৌৰভ কুমাৰ চলিহাৰ নিৰ্বাচিত গল্পৰ ইংৰাজী অনুবাদ বাৰকৰল এণ্ড আডাৰ ষ্টৰিজ

An English translation of the poem.