ছহিদ হীৰেন ভট্টাচাৰ্য যাৰ তেজত তিৰবিৰাইছিল তৰালি, বুকুত গুণগুণাইছিল মৌমাখি--- সি নিজানে নিতালে শুই আছে। শিতানত তাৰ তেজে ধোৱা মাটি। Click here to read an English translation of the poem.