লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা

নিকুঞ্জলতা সপোন মগন

নিকুঞ্জলতা সপোন মগন
বাঁহীৰ অমিয়া পি,
বসন্তই বঢ়ালে সপোনৰ ৰাগী
মূৰত হাত বুলাই দি৷
মলয়া বতাহে লতাটি জগালে
মেলিলে ফুলৰে চকু,
জোনায়ে ঢালিলে সুধাৰ নিজৰা
ওপচি পৰিল বুকু৷

An English translation of the Poem.