নিৰ্মলপ্ৰভা বৰদলৈ
আহিনৰ পথাৰৰ গোন্ধ কেনেবাকে’ নাকত আহি লাগিলে মই হেৰাপাওঁ মোৰ দেউতাক৷ দোকানৰ জাপভঙা গামোচাৰ সুবাসত মই হেৰাপাওঁ মোৰ আইক৷ মই মোক মোৰ সন্তানৰ কাৰণে ক’ত থৈ যাম, ক’ত??