Nirmalprabha Bordoloi

জীৱন শিল্প

নিৰ্মলপ্ৰভা বৰদলৈ

এছটা শিলক
ৰূপ দিয়া ভাস্কৰ্যৰ
নিজৰ লাৱণ্যত
নিজেই হওক
বিভোৰ
সম্বোধন কৰক
মানৱতাক।

মৃত্যুতকৈ
জীৱন
ডাঙৰ।

Click here for an English translation of the poem.

One thought on “জীৱন শিল্প

Leave a Reply

Your email address will not be published. Required fields are marked *