ফেডেৰিকো গাৰ্চিয়া লৰকাৰ কবিতা

Issue: Vol. IV, No. 2, August-October, 2025

অনুবাদ: প্ৰকল্প ৰঞ্জন ভাগৱতী

ফেডেৰিকো গাৰ্চিয়া লৰকা (জ.৫ জুন, ১৮৯৮-মৃ.১৯ আগষ্ট, ১৯৩৬) এগৰাকী স্পেনিছ কবি, নাট্যকাৰ আৰু নাট্যকৰ্মী৷ মাৰ্টিন ছৰেলে অনুবাদ কৰা ফেডেৰিকো গাৰ্চিয়া লৰকা : ছিলেক্টেড পোয়েমছ (২੦0৭) শীৰ্ষক গ্ৰন্থৰপৰা কবিতাকেইটা অনুবাদ কৰা হৈছে৷