চুমা

আনন্দচন্দ্ৰ বৰুৱা

ওঁঠৰ তলতে থাকি চাই থাক অতিকে গোপনে,
ক’লা এটি তিল দেখি নাচি উঠ, হাঁহি উঠে মনে৷
ইমান লুভীয়া কিয়? নোৱাৰোঁ বুজাব তোক,
নুবুজোঁ ময়োযে, চুমা, দিবনে সুন্দৰে মোক?

Click here to read an English translation of the poem.

Leave a Reply

Your email address will not be published. Required fields are marked *