বৰগীত : নাহি নাহি ৰময়া বিনে পাপতাৰক কোই

শ্ৰীশ্ৰীশঙ্কৰদেৱ বিৰচিত

ৰাগ—গৌড়ী
ধ্ৰুং—  নাহি নাহি ৰময়া বিনে পাপতাৰক কোই।
            পৰমানন্দ-পদ-মকৰন্দ সেৱহু মন মোই।।
পদ—  তীৰথ বৰত তপ জপ যাগ যোগ যুগুতি।
            মন্ত্ৰ পৰম ধৰম কৰম নাহি মুকুতি।।
            মাতু পিতু পতনী তনয় জনয় সব মৰণা।
            ছাৰহু ধন্ধ মানস অন্ধ ধৰতু হৰিচৰণা।।
            কৃষ্ণকিংকৰ শংকৰ কহ বিছুৰি বিষয় কামা।
            ৰামচৰণে লেহু শৰণ জপ গোৱিন্দক নামা।।

Click here to read an English translation of the poem.

Leave a Reply

Your email address will not be published. Required fields are marked *