ভয়

যতীন্দ্ৰ কুমাৰ বৰগোহাঞি

সুদীৰ্ঘ ৰাতিৰ অন্তত
ভয়ংকৰ দিন।
সূৰ্য আহিছে নামি।
পোহৰত সন্ত্ৰাস।
ফেঁহুজালিৰ অবিস্মৃত
স্বপ্নৰ বুকুত ভয়ৰ ডেউকা।

Click here for an English translation of the poem.

Leave a Reply

Your email address will not be published. Required fields are marked *