অৰণ্যত খঙাল ল’ৰা

নলিনীধৰ ভট্টাচাৰ্য

পলসত পৰা হৰিণাৰ দৰে নিৰুপায়
ভোকে পিয়াহে জৰ্জৰিত
সি এতিয়া এটা খঙাল ল’ৰা

সি ৰৈ আছে বৰদৈচিলাৰ বাবে
অৰণ্যৰ প্ৰতিজোপা গছে এতিয়া
একেলগে মিলি মুক্তিৰ কীচক বেণু বজায়

Click here to read an English translation of the poem.

Leave a Reply

Your email address will not be published. Required fields are marked *